Nurturing young minds Since 1964
Holistic development of every child Since 1964
A safe and vibrant learning environment Since 1964
A Message from Our Head Teacher
MRS. ANJANA KONCH
প্ৰধান শিক্ষয়িত্ৰী
বিদ্যালয়খন স্থাপন হোৱাৰ পৰাই ঘিলামৰা অঞ্চলৰ বুনিয়াদী শিক্ষাৰ পথিকৃৎ হিচাপে এই বিদ্যালয়ে ভূমিকা পালন কৰি আহিছে। প্ৰতিবছৰে বহু সংখ্যক ছাত্ৰ-ছাত্ৰী প্ৰাথমিক বৃত্তি লাভ কৰি বিদ্যালয়ৰ নাম উজ্জ্বল কৰি তুলিছে। সহজকৈ বুজাব পৰা পদ্ধতিৰ পাঠদানৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত শিকাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাটো আমাৰ মুখ্য লক্ষ্য।
MRS. ANJANA KONCH
Head Teacher
Ghilamara Adarsha LP School
Our Key Highlights
Decades of excellence reflected in numbers
Students awarded scholarships
বৃত্তি লাভ কৰা ছাত্ৰ-ছাত্ৰী
Teaching staff
শিক্ষাদান কৰা শিক্ষক-শিক্ষয়িত্ৰী
Students enrolled
শিক্ষাৰ্থীৰ সংখ্যা
Non-teaching staff
কাৰ্যালয়ৰ কৰ্মচাৰী
Building futures, one student at a time
Notice Board
Latest results, scholarship updates, events and important notices for students and guardians.
পি এম শ্ৰী ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ত ২০২৫ বৰ্ষৰ বাৰ্ষিক অধিৱেশন
অহা ১০–১৩ ডিচেম্বৰ ২০২৫ তাৰিখে বিদ্যালয়খনত বাৰ্ষিক অধিৱেশন আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰা হ’ব।
২০২৪–২৫ শিক্ষাবর্ষৰ ফলাফল ঘোষিত
২০২৪–২৫ শিক্ষাবর্ষৰ বিভিন্ন শ্ৰেণীৰ ফলাফল ঘোষণা কৰা হৈছে। ফলাফলসমূহ চাবলৈ তলৰ লিংকত ক্লিক কৰক।
বাৰ্ষিক অধিৱেশন আৰু অভিভাৱক সন্মিলন ২০২৩
২০২৩ ডিচেম্বৰ মাহত বিদ্যালয়খনত বাৰ্ষিক অধিৱেশন আৰু অভিভাৱক সন্মিলন অনুষ্ঠিত হয়, য’ত ছাত্র-ছাত্ৰী, অভিভাৱক আৰু স্থানীয় গণ্যমান্য ব্যক্তিসকল অংশগ্ৰহণ কৰে।
অনলাইন “বিষ্ণুৰাভা সংগীত” প্ৰতিযোগিতাৰ ফলাফল
বিষ্ণুৰাভা দিৱস উপলক্ষে আয়োজিত অনলাইন সংগীত প্ৰতিযোগিতাত বিদ্যালয়ৰ বিভিন্ন শ্ৰেণীৰ একাধিক ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেষ্ঠ স্থান লাভ কৰে।
জাননী: ‘আমাৰ গান্ধী’ শীৰ্ষক ৰচনা প্ৰতিযোগিতা
মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ‘আমাৰ গান্ধী’ বিষয়ত ১০০ শব্দৰ ভিতৰত ৰচনা লিখি বিদ্যালয়লৈ প্ৰেৰণ কৰিবলৈ ছাত্র-ছাত্ৰীসকলক জনোৱা হয়।
দেশপ্ৰেমমূলক নৃত্য প্ৰতিযোগিতাৰ ফলাফল
৭৪তম স্বাধীনতা দিৱস উপলক্ষে অনুষ্ঠিত অনলাইন দেশপ্ৰেমমূলক নৃত্য প্ৰতিযোগিতাত বিদ্যালয়ৰ একাধিক ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেষ্ঠ স্থান লাভ কৰে।
School Details
Modern facilities designed for holistic development
প্ৰত্যেক শ্ৰেণীৰ বাবে পৃথক কক্ষ আৰু বিদ্যুৎ সুবিধা
সকলো শ্ৰেণীকোঠাত পৃথক লাইট আৰু ফেনৰ সুবিধা সহ আধুনিক শৈলীৰ কোঠা।
পৰ্যাপ্ত আচবাব
ছাত্ৰ-ছাত্ৰী সকলৰ বাবে যথেষ্ট বেঞ্চ, ডেস্ক আৰু অন্য প্ৰয়োজনীয় আচবাব।
পৃথক শৌচাগাৰ আৰু পানী
ছাত্ৰ-ছাত্ৰীৰ বাবে পৃথক শৌচাগাৰ আৰু বিশুদ্ধ পানীৰ একুৱা গাৰ্ডৰ সুবিধা।
বিনামূলীয়া নামভৰ্ত্তি আৰু সমসাজ
দুৰ্বল পৃষ্ঠভূমিৰ শিশুসকলৰ বাবে বিনামূলীয়া নামভৰ্ত্তি আৰু বিদ্যালয় সমসাজৰ ব্যৱস্থা।
School ERP Software
বিদ্যালয় পৰিচালনা উন্নত কৰাত সহায়ক আধুনিক ERP প্ৰণালী ব্যৱহাৰ।
বিভিন্ন বঁটা আৰু স্বীকৃতি
অসম চৰকাৰৰ পৰা উদ্গনিমূলক বঁটা, আদৰ্শ বিদ্যালয় স্বীকৃতি, স্বচ্ছ বিদ্যালয় বঁটা আৰু গুণোৎসৱত A+ গ্ৰেড লাভ।
Building the foundation for tomorrow's leaders