বিদ্যালয়ৰ বিষয়ে
বিদ্যালয়ৰ বিষয়ে
ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয় এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়। ১৯৬৪ চনতে ঘিলামৰাৰ প্ৰাণকেন্দ্ৰত স্থাপিত ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ে ২০১৪ চনতে সগৌৰৱে সোণালী জয়ন্তী উৎসৱ উদ্যাপন কৰে।
চাৰিসীমা
পূৱে: পশু চিকিৎসালয়
উত্তৰে: ঘিলামৰা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়
পশ্চিমে: কান্ত খনিকৰ উচ্চ মাধ্যমিক বিদ্যালয়
দক্ষিণে: ২২ নং ৰাজ্যিক ঘাইপথ
প্ৰতিষ্ঠা কালৰে পৰাই এই বিদ্যালয়ে লখিমপুৰ জিলাৰ ভিতৰতে আগশাৰীৰ বিদ্যালয় হিচাপে পৰিচয় দি আহিছে। বৰ্তমানেও বিদ্যালয়ত কৰ্মৰত শিক্ষকসকল, অভিভাৱক তথা শুভাকাংক্ষী সকলৰ প্ৰচেষ্টাত অসমৰ ভিতৰতে এই বিদ্যালয়ৰ নাম জিলিকাবলৈ সক্ষম হৈছে।
প্ৰধান শিক্ষকসকল
প্ৰতিষ্ঠাকালৰে পৰা বৰ্তমানলৈ
1
৺তিলেশ্বৰ পাটৰ
১৯৬৪ - ১৯৬৬
2
৺যজ্ঞো ৰাম হাজৰিকা
১৯৬৬ - ১৯৬৮
3
৺ফণিধৰ গগৈ
১৯৬৯ - ১৯৮৮
4
৺খগেন্দ্ৰ নাথ গগৈ
১৯৮৮ - ১৯৯৩
5
৺শশীন্দ্ৰ নাথ শইকীয়া
১৯৯৩ - ২০০২
জিলাৰ কৃতী শিক্ষক বঁটা (২০০০)
6
শ্ৰীযুতা পুণ্যৱতী গগৈ
২০০২ - ২০০৩
7
শ্ৰীযুত পদ্মেশ্বৰ বৰগোঁহাই
২০০৩ (আগষ্ট) - ২০১৫ (চেপ্টেম্বৰ)
জিলাৰ কৃতী শিক্ষক বঁটা (২০০৩)
8
শ্ৰীযুতা নিৰুপমা দত্ত
২০১৫ - ২০১৯ (মাৰ্চ)
জিলাৰ কৃতী শিক্ষক বঁটা (২০১৫)
9
শ্ৰীযুতা অঞ্জনা কোঁছ
২০১৯ (এপ্ৰিল) - বৰ্তমান
আদৰ্শ শিক্ষক বঁটা (২০১০), জিলাৰ কৃতী শিক্ষক বঁটা (২০১৬)
বৃত্তিপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী
অন্তিম পাঁচ বছৰ চন অনুযায়ী
৫১১
প্ৰতিষ্ঠা কালৰে পৰা ২০১৩ লৈকে
জন
৬১
২০১৪
৭৬
২০১৫
৭৮
২০১৬
২০
২০১৭
৪৫
২০১৮
প্ৰতিষ্ঠাৰে পৰা মুঠ ৮৯১ জন ছাত্ৰ-ছাত্ৰীয়ে বৃত্তি লাভ কৰিছে
চৰকাৰী স্বীকৃতি আৰু বঁটা
চন অনুযায়ী
উদ্গনিমূলক বঁটা
অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগ
২০০২-০৩
চৰকাৰী স্বীকৃতিপ্ৰাপ্ত
আদৰ্শ বিদ্যালয় স্বীকৃতি
অসম সৰ্বশিক্ষা অভিযান মিছন
২০০৯
চৰকাৰী স্বীকৃতিপ্ৰাপ্ত
স্বচ্ছ বিদ্যালয় বঁটা
ঢকুৱাখনা মহকুমা
২০১৮
চৰকাৰী স্বীকৃতিপ্ৰাপ্ত
গুণোৎসৱত A+ গ্ৰেড
দুয়োটা বৰ্ষতে
২০১৭ আৰু ২০১৮
চৰকাৰী স্বীকৃতিপ্ৰাপ্ত