
PM SHRI Ghilamara Adarsha Lower Primary School
Building bright futures since 1964 · NEP 2020 Exemplar School
A designated PM SHRI government primary school nurturing young minds with strong foundational literacy, sports, chess, digital education, and character building in Ghilamara.
Important for Students & Parents
Direct access to the most frequently requested school resources, services, and official updates.
School Notices
বিদ্যালয়ৰ জাননী
Official announcements, holiday lists, circulars, and instructions for parents.
Exam & Gunotsav Results
পৰীক্ষাৰ ফলাফল
Check annual evaluation outcomes, Gunotsav A+ certificates, and scholarship records.
Online Admission
অনলাইন নামভৰ্ত্তি
Apply for admission from Ka-Shreni to Class V with digital document submission.
School Calendar & Events
কাৰ্যসূচী আৰু দিৱস
Stay informed about parent-teacher meetings, annual functions, sports, and festivals.
Why Families Choose Ghilamara Adarsha LP School
অভিভাৱকসকলে কিয় আমাৰ বিদ্যালয় বাছনি কৰে
Selected as a PM SHRI exemplar school under the Government of India, backed by six decades of public education, 891+ scholarship recipients, and Gunotsav A+ rating.
Total recipients since school establishment (1964–Present)
Continuous public primary education in Ghilamara
Highest tier verified by Govt. of Assam
No tuition fees · Free textbooks · School bags & uniforms
Selected as a PM SHRI Exemplar School
ভাৰত চৰকাৰৰ সন্মানীয় 'পি এম শ্ৰী' (PM SHRI) আঁচনিৰ অধীনত নিৰ্বাচিত আদৰ্শ বিদ্যালয়
Selected under the Government of India's flagship PM SHRI scheme to showcase National Education Policy (NEP 2020) benchmarks with dedicated support for sports, chess, music, smart digital classrooms, and green campus facilities.

প্ৰতিটো শিশুৰ মনত জ্ঞান আৰু মূল্যবোধৰ বীজ ৰোপণ

A Legacy of Trust, Character & Educational Excellence
ঘিলামৰাৰ প্ৰাণকেন্দ্ৰত অৱস্থিত ৬০ বছৰীয়া গৌৰৱময় বুনিয়াদী শিক্ষানুষ্ঠান
Established in 1964 and selected as a prestigious PM SHRI exemplar school, Ghilamara Adarsha LP School has served generations of children in the Ghilamara community. Our focus combines strong foundational learning, character development, technology-enabled education and a safe, green campus.

A Message from Our Head Teacher
“Our goal is to help every child discover the joy of learning and build character in an inclusive, inspiring environment.”
বিদ্যালয়খন স্থাপন হোৱাৰ পৰাই ঘিলামৰা অঞ্চলৰ বুনিয়াদী শিক্ষাৰ পথিকৃৎ হিচাপে এই বিদ্যালয়ে ভূমিকা পালন কৰি আহিছে। প্ৰতিবছৰে বহু সংখ্যক ছাত্ৰ-ছাত্ৰী প্ৰাথমিক বৃত্তি লাভ কৰি বিদ্যালয়ৰ নাম উজ্জ্বল কৰি তুলিছে। সহজকৈ বুজাব পৰা পদ্ধতিৰ পাঠদানৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলৰ ভিতৰত শিকাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাটো আমাৰ মুখ্য লক্ষ্য।
Mrs. Anjana Konch
Head Teacher · প্ৰধান শিক্ষয়িত্ৰী
Modern School Facilities
Facilities that support safe, healthy and enjoyable learning.
Electrified Classrooms
সুচল শ্ৰেণীকোঠা আৰু বিদ্যুৎ
Individual spacious classrooms for each grade with full electrification, fans, and child-safe seating.
Computer Education
কম্পিউটাৰ শিক্ষা
Foundational digital literacy and computer-aided learning for primary students.
Safe Water & Sanitation
বিশুদ্ধ পানী আৰু পৃথক শৌচাগাৰ
AquaGuard water purification systems and completely separate hygienic sanitation blocks for boys and girls.
Free Support & Uniforms
বিনামূলীয়া নামভৰ্ত্তি আৰু সমসাজ
Zero-fee admission, free state-mandated textbooks, school bags, and uniforms for all enrolled children.
Digital School Records
আধুনিক তথ্য ব্যৱস্থাপনা
Technology-enabled school administration, attendance tracking, and transparent student record keeping.
PM SHRI & State Honors
পি এম শ্ৰী আৰু ৰাজ্যিক স্বীকৃতি
Selected as a PM SHRI Exemplar School by Government of India, alongside Gunotsav A+ rating, Best SMC Award 2026, and Swachh Vidyalaya honors.
Achievements & School Events
শিক্ষক-শিক্ষাৰ্থীৰ বঁটা আৰু বিদ্যালয়ৰ কাৰ্যসূচী
Recent Honors & Student Wins

সহকাৰী শিক্ষক শ্ৰী ভোগেন শইকীয়ালৈ জিলা “কৃতী শিক্ষক বঁটা”
বিদ্যালয়ৰ সহকাৰী শিক্ষক শ্ৰীযুত ভোগেন শইকীয়া মহাশয়ে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ লগত মধুৰ সম্পৰ্ক ৰাখি বিদ্যালয়খন আগুৱাই লৈ যোৱাত অক্লান্ত পৰিশ্ৰমেৰে সহায় কৰাৰ বাবে চৰকাৰী স্বীকৃতি হিচাবে এই বছৰ ইং ০৫-০৯-২০২৬ তাৰিখে জিলা “কৃতী শিক্ষক বঁটা” লাভ কৰে।

ভাৰত চৰকাৰৰ সন্মানীয় 'পি এম শ্ৰী' (PM SHRI) আদৰ্শ বিদ্যালয় হিচাপে নিৰ্বাচিত
ৰাষ্ট্ৰীয় শিক্ষানীতি (NEP 2020) ৰ সফল ৰূপায়ণ আৰু মানসম্পন্ন বুনিয়াদী শিক্ষাৰ স্বীকৃতি স্বৰূপে বিদ্যালয়খন ভাৰত চৰকাৰৰ সন্মানীয় পি এম শ্ৰী আঁচনিৰ অধীনত আদৰ্শ বিদ্যালয় হিচাপে নিৰ্বাচিত হয়।

জিলাৰ শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি বঁটা
৭৭সংখ্যক গণৰাজ্য দিৱসত মন্ত্ৰী প্ৰশান্ত ফুকনৰ পৰা জিলাৰ "শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি" বঁটা লাভ কৰা মুহূৰ্ত।
School Events & Activities
No upcoming activities at this time
নতুন কাৰ্যসূচী আৰু জাননীৰ বাবে বিদ্যালয়ৰ জাননী ফলক চাওক
Check School Notices →পি এম শ্ৰী ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ত ২০২৫ বৰ্ষৰ বাৰ্ষিক অধিৱেশন
বাৰ্ষিক অধিৱেশন আৰু অভিভাৱক সন্মিলন ২০২৩
PM SHRI & Academic Evaluation
নিয়মীয়া শৈক্ষিক মূল্যায়ন, পি এম শ্ৰী বিশেষ পদক্ষেপ আৰু চৰকাৰী গুণোৎসৱৰ সবিশেষ ফলাফল চাওক।
Check Evaluation Results