Page Header Background

সহকাৰী শিক্ষক শ্ৰী ভোগেন শইকীয়ালৈ জিলা “কৃতী শিক্ষক বঁটা”

September 5, 2026

September 5, 2026
Achievement

সহকাৰী শিক্ষক শ্ৰী ভোগেন শইকীয়ালৈ জিলা “কৃতী শিক্ষক বঁটা”

বিদ্যালয়ৰ সহকাৰী শিক্ষক শ্ৰীযুত ভোগেন শইকীয়া মহাশয়ে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ লগত মধুৰ সম্পৰ্ক ৰাখি বিদ্যালয়খন আগুৱাই লৈ যোৱাত অক্লান্ত পৰিশ্ৰমেৰে সহায় কৰাৰ বাবে চৰকাৰী স্বীকৃতি হিচাবে এই বছৰ ইং ০৫-০৯-২০২৬ তাৰিখে জিলা “কৃতী শিক্ষক বঁটা” লাভ কৰে।

বিদ্যালয়ৰ সহকাৰী শিক্ষক শ্ৰীযুত ভোগেন শইকীয়া মহাশয়ে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ লগত মধুৰ সম্পৰ্ক ৰাখি বিদ্যালয়খন আগুৱাই লৈ যোৱাত অক্লান্ত পৰিশ্ৰমেৰে সহায় কৰাৰ বাবে চৰকাৰী স্বীকৃতি হিচাবে এই বছৰ ইং ০৫-০৯-২০২৬ তাৰিখে ঘিলামৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা সভাত জিলা “কৃতী শিক্ষক বঁটা” লাভ কৰে। এই সন্মানীয় বঁটাটো বিদ্যালয়ৰ বাবে গৌৰবৰ বিষয়। কৰ্তব্যনিষ্ঠা আৰু পৰিশ্ৰমৰ বাবে বিদ্যালয় পৰিয়ালে শ্ৰী শইকীয়াক আন্তৰিক অভিনন্দন জনায়।
সহকাৰী শিক্ষক শ্ৰী ভোগেন শইকীয়ালৈ জিলা “কৃতী শিক্ষক বঁটা”