Page Header Background

বিদ্যালয়ৰ বঁটা প্ৰাপ্ত শিক্ষকসকল

Celebrating our distinguished educators and their remarkable achievements

শিক্ষক সন্মান

বিদ্যালয়ৰ বঁটা প্ৰাপ্ত শিক্ষকসকল

স্বৰ্গীয় শশীন্দ্ৰনাথ শইকীয়া

প্ৰধান শিক্ষক

জিলাৰ কীৰ্তি শিক্ষক বঁটা (ইং ২০০০ বৰ্ষ)

শ্ৰীযুত পদ্মেশ্বৰ বৰগোঁহাই

অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক

জিলাৰ কীৰ্তি শিক্ষক বঁটা (ইং ২০০৩ বৰ্ষ)

শ্ৰীমতী নিৰুপমা দত্ত

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী

জিলাৰ কীৰ্তি শিক্ষক বঁটা (২০১৫ বৰ্ষ)

Most Decorated

শ্ৰীযুতা অঞ্জনা কোঁছ

প্ৰধান শিক্ষয়িত্ৰী

আদৰ্শ শিক্ষক বঁটা (ইং ২০১১-২০১২ বৰ্ষ)

জিলাৰ কীৰ্তি শিক্ষক বঁটা (ইং ২০১৬ বৰ্ষ)

ডঃ বি আৰ আম্বেদকাৰ নেচনেল সন্মান পদক ২০২০ বৰ্ষ (বাবু জগজীৱন ৰাম কলা সংস্কৃতি আৰু সাহিত্য একাডেমী)

ৰাষ্ট্ৰীয় পৰ্যায়ৰ আদৰ্শ শিক্ষক এৱাৰ্ড ২০২১ বৰ্ষ (সমতা সাহিত্য একাডেমী)

Dr APJ Abdul Kalam National Award 2022 (Samata Sahitya Academy)

2022

State Award 2022 (Department of Education)

2022

শ্ৰীযুত দেৱজিত বৰগোহাঁই

সহকাৰী শিক্ষক

জিলাৰ কীৰ্তি শিক্ষক বঁটা (২০২৫ বৰ্ষ)

5
বঁটা প্ৰাপ্ত শিক্ষক
10
মুঠ বঁটা
1
বছৰ
1
ৰাষ্ট্ৰীয়/ৰাজ্যিক বঁটা