Page Header Background

Notifications

Important Downloads

Access and download vital forms and resources

Jul132021

অনলাইন “বিষ্ণুৰাভা সংগীত” প্ৰতিযোগিতাৰ ফলাফল

বিষ্ণুৰাভা দিৱস উপলক্ষে আয়োজিত অনলাইন সংগীত প্ৰতিযোগিতাত বিদ্যালয়ৰ বিভিন্ন শ্ৰেণীৰ একাধিক ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেষ্ঠ স্থান লাভ কৰে।

Read Details
Sep252020

জাননী: ‘আমাৰ গান্ধী’ শীৰ্ষক ৰচনা প্ৰতিযোগিতা

মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ‘আমাৰ গান্ধী’ বিষয়ত ১০০ শব্দৰ ভিতৰত ৰচনা লিখি বিদ্যালয়লৈ প্ৰেৰণ কৰিবলৈ ছাত্র-ছাত্ৰীসকলক জনোৱা হয়।

Read Details