সন্মানীয় শ্ৰীযুত তৰুণ শৰ্মা ছাৰৰ অৱসৰ উপলক্ষে আনুষ্ঠানিক বিদায় আৰু সম্বৰ্ধনা সভা

September 30, 2026

September 30, 2026
Event

সন্মানীয় শ্ৰীযুত তৰুণ শৰ্মা ছাৰৰ অৱসৰ উপলক্ষে আনুষ্ঠানিক বিদায় আৰু সম্বৰ্ধনা সভা

সন্মানীয় শ্ৰীযুত তৰুণ শৰ্মা ছাৰৰ চৰকাৰী নিয়ম অনুসৰি আজি অৱসৰৰ দিন। ছাৰৰ অৱসৰৰ দিনটোৰ লগত সংগতি ৰাখি বিদ্যালয় পৰিচালনা সমিতি ,মাতৃগোট, অভিভাৱক-অভিভাৱিকা ,সহকৰ্মীশিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে আনুষ্ঠানিক ভাৱে বিদায় জনোৱাৰ লগতে সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে।

সন্মানীয় শ্ৰীযুত তৰুণ শৰ্মা ছাৰৰ চৰকাৰী নিয়ম অনুসৰি আজি অৱসৰৰ দিন। ছাৰৰ অৱসৰৰ দিনটোৰ লগত সংগতি ৰাখি বিদ্যালয় পৰিচালনা সমিতি ,মাতৃগোট, অভিভাৱক-অভিভাৱিকা ,সহকৰ্মীশিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে আনুষ্ঠানিক ভাৱে বিদায় জনোৱাৰ লগতে সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে। বিদ্যালয়ৰ পৰিচালনা সমিতৰ সভাপতি শ্ৰীযুত হেমন্ত বৰুৱা দেৱে সভাপতিত্ব কৰা বিদ্যালয়ৰ সম্বৰ্ধনা সভাখনিত অৱসৰী শিক্ষাগুৰু সকলৰ লগতে প্ৰাক্তন পৰিচালনা সমিতিৰ সভাপতি সকল আৰু ঘিলামৰাৰ গণ্য-মান্য ব্যক্তি আৰু গুণমুগ্ধ ৰাইজ উপস্থিত থাকে। বিদ্যালয় পৰিয়ালে শ্ৰদ্ধাৰ ছাৰৰ দীৰ্ঘায়ু, সুস্বাস্থ্য আৰু সুখময় অৱসৰ জীৱন আন্তৰিকতাৰে কামনা কৰে।