Page Header Background

ভাৰত চৰকাৰৰ সন্মানীয় 'পি এম শ্ৰী' (PM SHRI) আদৰ্শ বিদ্যালয় হিচাপে নিৰ্বাচিত

February 15, 2026

February 15, 2026
Achievement

ভাৰত চৰকাৰৰ সন্মানীয় 'পি এম শ্ৰী' (PM SHRI) আদৰ্শ বিদ্যালয় হিচাপে নিৰ্বাচিত

ৰাষ্ট্ৰীয় শিক্ষানীতি (NEP 2020) ৰ সফল ৰূপায়ণ আৰু মানসম্পন্ন বুনিয়াদী শিক্ষাৰ স্বীকৃতি স্বৰূপে বিদ্যালয়খন ভাৰত চৰকাৰৰ সন্মানীয় পি এম শ্ৰী আঁচনিৰ অধীনত আদৰ্শ বিদ্যালয় হিচাপে নিৰ্বাচিত হয়।

ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়খন ভাৰত চৰকাৰৰ সন্মানীয় 'পি এম শ্ৰী' (PM SHRI - PM ScHools for Rising India) আঁচনিৰ অধীনত নিৰ্বাচিত হৈছে। এই আঁচনিৰ অধীনত বিদ্যালয়খনত ৰাষ্ট্ৰীয় শিক্ষানীতি (NEP 2020) ৰ সকলো দিশ কাৰ্যকৰী কৰাৰ লগতে খেল-ধেমালি, দবা খেল, সংগীত আৰু আধুনিক ডিজিটেল শিক্ষাৰ বাবে বিশেষ অনুদান আৰু কাৰ্যসূচী প্ৰদান কৰা হৈছে। এই নিৰ্বাচন বিদ্যালয়খনৰ বাবে এক ঐতিহাসিক স্বীকৃতি।
ভাৰত চৰকাৰৰ সন্মানীয় 'পি এম শ্ৰী' (PM SHRI) আদৰ্শ বিদ্যালয় হিচাপে নিৰ্বাচিত