আমাৰ মূল্যায়ন ব্যৱস্থা
মূল্যায়ন পদ্ধতি
সমগ্ৰ পাঠ্যক্ৰমক চাৰিটা গোটত ভগাই প্ৰতি তিনিমাহৰ অন্তঃত একোটাকৈ সাময়িক মূল্যায়নৰ ব্যৱস্থা কৰা হৈছে। প্ৰতিটো গোটত প্ৰতিটো বিষয়ৰ বাবে ৫০ নম্বৰকৈ ধাৰ্য কৰা হৈছে। বছৰৰ শেষত চাৰিওটা মূল্যায়ন লগ লগাই সামগ্ৰিকভাৱে ফলাফল ঘোষিত হয়।
মূল্যায়ন চাৰিটা
(কেৱল 'ক' শ্ৰেণীৰ বাবে)
প্ৰথম সা নাময়িক মূল্যায়ন
কেৱল মৌখিক
২০
নম্বৰ
দ্বিতীয় সাময়িক মূল্যায়ন
মৌখিক আৰু লিখিত
২০
নম্বৰ
তৃতীয় সাময়িক মূল্যায়ন
মৌখিক আৰু লিখিত
২০
নম্বৰ
চতুৰ্থ সাময়িক মূল্যায়ন
মৌখিক আৰু লিখিত
৫০
নম্বৰ
বিঃদ্ৰঃ- কেৱল চতুৰ্থ মূল্যায়নৰ নম্বৰৰ ওপৰত ভিত্তি কৰি ফলাফল ঘোষণা কৰা হয়