Alumni Voices
Alumni Reflections
আমাৰ ঘৰৰ প্ৰায় পাঁচ কিলোমিটাৰ দূৰত্বত থকা (৪৪ নং গোপালপুৰ প্ৰাথমিক বিদ্যালয়) চৌখামঘাট প্ৰাইমেৰী স্কুলখনেইিছিল মোৰ ল’ৰালি জীৱনৰ প্রথম পঢ়াশালি... তৃতীয় শ্ৰেণীত থাকোঁতে বৃত্তি বাছনিত উঠিছিলো... এৰি অহা দিনবোৰ ৰোমন্থন কৰিলে ভাবো, আমাক যেনেকৈ শিক্ষকে যত্নেৰে শিক্ষাদান কৰিছিল, এতিয়াও বাৰু তেনেকৈ শিক্ষাদান কৰেনে?
নীলিমা চায়েঙীয়া
প্ৰাক্তন ছাত্ৰী; নামনি সংমণ্ডলৰ আয়ুক্ত (বিশেষ বিষয়া) হিচাবে কৰ্মৰত
কটন মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী লোৱা বুলি এজন কটনিয়ানে যিমান গৌৰৱ অনুভৱ কৰে, ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ত পঢ়িছিলো বুলি ক’লে আমাৰো তেনে অনুভৱ হয়...
নিত্যানন্দ বুঢ়াগোঁহাই
প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমান ৰূপজ্যোতি হাইস্কুলৰ সহঃ শিক্ষক
ইং ১৯৬৮ চনৰ কোনোবা এটা তাৰিখত মই ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ত নাম লিখাইছিলো...
গঙ্গা প্ৰসাদ হাজৰিকা
প্ৰাক্তন ছাত্ৰ; অসম সচিবালয়ৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ ভাষা বিষয়া
মোৰ শিক্ষাগ্ৰহণৰ আটাইতকৈ মধুৰ ক্ষণবোৰ আছিল আমাৰ মৰমৰ ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়...
মৌচুমী চায়েঙ্গীয়া
বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী; বৰ্ত্তমান জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET) বিশ্বনাথ চাৰিআলিত কৰ্মৰত
আমাৰ মৰমৰ আদৰ্শ প্রাথমিক বিদ্যালয়খন সেই সময়ত ঘিলামৰাৰ সৰু সমাজখনত এগছি বন্তিৰ দৰে আছিল...
সন্দীপ কুমাৰ শৰ্মা
প্ৰাক্তন ছাত্ৰ; অইল ইণ্ডিয়া লিমিটেডৰ পাইপ লাইন শাখা (যোৰহাট)ৰ জ্যেষ্ঠ অভিযন্তা
৺শশীন্দ্ৰ শইকীয়া ছাৰৰ কৰ্তব্য পৰায়ণতাত মই স্তম্ভিত হৈছিলো...
লক্ষীমাই হাজৰিকা
বৰ্তমান ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ত কৰ্মৰত
শিক্ষক হিচাপে মই লগ পাইছিলো ৺ফনীধৰ গগৈ আৰু ৺শশীন্দ্ৰ নাথ শইকীয়া ছাৰক...
অমল কুমাৰী হাজৰিকা
প্রাক্তন ছাত্ৰী; বৰ্তমানৰ লেখিকা
আমি বাঁহৰ কলমত চিয়াঁহী ডুবাই আখৰ লিখিছিলো...
ৰেৱত চাংমাই
প্ৰাক্তন ছাত্ৰ; বৰ্তমান বৰজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক
ইং ১৯৭০ চনৰ জানুৱাৰী মাহৰ কোনো এটা দিনত... শিক্ষক ছাত্ৰ অভিভাৱকৰ ত্ৰিকোণীয় সমন্ধ...
ৰঞ্জিত দাস
প্ৰাক্তন ছাত্ৰ; চাউলধোৱা ঘাটৰ ৰূপহী হাইস্কুলৰ বিজ্ঞান শিক্ষক
ঘিলামৰা আদৰ্শ স্কুলত শিক্ষা গ্ৰহণ কৰা দুটা বছৰে মোক সৰু-ডাঙৰ বহু কথা শিকালে...
ঋতু তপন বড়া
বিদ্যালয়ৰ প্রাক্তন ছাত্ৰ; লস এঞ্জেলচ্ৰ Deloitte Consultingত জ্যেষ্ঠ বিশেষজ্ঞ
সকলোৱে সমুজ্জ্বল যি তীৰ্থ-তাৰেই ঠিকনা মোৰ শৈশৱ জীপাল কৰা...
নমিষা দাস
(২০০০-২০০৩); বৰ্তমান গৱেষিকা ছাত্রী
I feel deeply honored to be addressing here as an alumnus of Ghilamara Adarasha Lower Primary School...
Arunjyoti Buragohain
[2000-2003 batch]