Infrastructure
মূল সুবিধাসমূহ
- সকল শাখাৰ বাবে সুকীয়া আৰু বাতাবৰণ-বান্ধৱ শ্ৰেণীকোঠা।
- বিদ্যুৎ, ফেন আৰু পূৰ্ণ পোহৰৰ ব্যৱস্থা।
- ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে পৃথক শৌচাগাৰ।
- বিশুদ্ধ পানীৰ ব্যৱস্থা।
- দৈনিক মধ্যাহ্ন ভোজনৰ বাবে পৃথক ৰান্নাঘৰ আৰু কিচেন গাৰ্ডেন।
- খেলাধূলা আৰু সহঃ পাঠ্য কার্যকলাপৰ বাবে মুক্ত প্ৰাঙ্গণ।