আমাৰ পাঠ্যক্ৰম
পাঠ্যক্ৰম পৰিচয়
ৰাষ্ট্ৰীয় শিক্ষানীতি (N.C.F. 2005) ৰ আধাৰত ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT) ২০১১ চনৰ পৰা এই পাঠ্যপুথিসমূহ প্ৰণয়ন কৰিছে।
শিশুকেন্দ্ৰিক শিক্ষা এই পাঠ্যক্ৰমৰ মূল উদ্দেশ্য।
বিষয়সমূহ
মাতৃভাষা
অংকুৰণ
গণিত
নতুন গণিত
ইংৰাজী
Beginners English
পৰিৱেশ অধ্যয়ন
আমি আৰু আমাৰ পৰিৱেশ
কলাশিক্ষা আৰু সাধাৰণ জ্ঞান
নিৰ্দিষ্ট পাঠ্যপুথি নাই
স্বাস্থ্য আৰু শাৰিৰীক শিক্ষা
নিৰ্দিষ্ট পাঠ্যপুথি নাই
'ক' শ্ৰেণীৰ বিশেষত্ব
"ক" শ্ৰেণীৰ বিশেষ প্ৰশিক্ষণ প্ৰাপ্ত শিক্ষকৰ দ্বাৰা পাঠদান
প্ৰথম তিনিমাহ কথনৰ ওপৰত গুৰুত্ব প্ৰদান
প্ৰথম তিনিমাহ ফলি (চিলট) মাটি পেঞ্চিল ব্যৱহাৰ
দিস্তা কাগজত পেঞ্চিলেৰে জোখৰ ৰোলত আখৰ শিকোৱা ব্যৱস্থা (অসমীয়া/ইংৰাজী)
চৰকাৰী পাঠ্যপুথিৰ উপৰিও "আখৰ শিকোঁ আহা" পুথিখন প্ৰচলন
'ক' শ্ৰেণীৰ বিষয় আৰু পাঠ্যপুথি
মাতৃভাষা
বিনামূলীয়াঅকণিৰ কৰ্মপুথি
ইংৰাজী
বিনামূলীয়াBeginners' English
নেওঁতা
মোৰ নতুন ধাৰাপাত
পৰিৱেশ অধ্যয়ন
বিনামূলীয়াঅকণিৰ কৰ্মপুথি
কলাশিক্ষা
নিদিষ্ট পাঠ্যপুথি নাই
বিঃ দ্ৰঃ- ৭ম আৰু ৮ম পিৰিয়দত কেৱল সহঃ বিদ্যায়তনিক বিষয় সমূহৰ অভ্যসন কৰা হয়।