Page Header Background

বিদ্যালয়ৰ সমসাজ

ছাত্ৰ-ছাত্ৰী সকলৰ বিদ্যালয় সমসাজ আৰু পোছাক পৰিধানৰ নিয়ম।

ল’ৰাৰ বাবে

  • সোম, মঙ্গল আৰু বুধবাৰে: ডাঠ নীলা (Navy Blue) পেণ্ট আৰু বগা কামিজ।
  • বৃহস্পতি, শুক্ৰ আৰু শনিবাৰে: ডাঠ নীলা পেণ্ট আৰু নীলা-বগা মিশ্ৰিত ৰঙৰ কামিজ।

ছোৱালীৰ বাবে

  • সোম, মঙ্গল আৰু বুধবাৰে: ডাঠ নীলা স্কাৰ্ট আৰু বগা কামিজ।
  • বৃহস্পতি, শুক্ৰ আৰু শনিবাৰে: ডাঠ নীলা স্কাৰ্ট আৰু নীলা-বগা মিশ্ৰিত ৰঙৰ কামিজ।
  • ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ডাঠ নীলা চুৱেটাৰ, ক’লা ৰঙৰ জোতা আৰু বগা মোজা।