পি এম শ্ৰী ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ত ২০২৫ বৰ্ষৰ বাৰ্ষিক অধিৱেশন
December 10, 2025
Event
পি এম শ্ৰী ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ত ২০২৫ বৰ্ষৰ বাৰ্ষিক অধিৱেশন
অহা ১০–১৩ ডিচেম্বৰ ২০২৫ তাৰিখে বিদ্যালয়খনত বাৰ্ষিক অধিৱেশন আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আয়োজন কৰা হ’ব।